অৰিয়ন কীচ সিং–তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ কণমানি পুত্ৰৰ নাম। ফাডাৰ্ছ ডে’ৰ বিশেষ দিনটোত যুৱৰাজ আৰু মডেল পত্নী হেজেল কীচে ৰাজহুৱা কৰা কণমানি পুত্ৰৰ এই ফটোখনে সামাজিক মাধ্যমত ব্যাপক সমাদৰ লভিছে।

Leave a Reply