- ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া
- অসম চৰকাৰৰ ১১টা বিভাগত মুঠ ২২,৯৫৮ চাকৰি প্ৰত্যাশীক নিযুক্তি
- ১১ টা বিভাগৰ ২২,৯৫৮গৰাকীলৈ নিযুক্তিপ্ৰাপ্তলৈ নিয়োগ পত্ৰ
- খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত নিযুক্তি পত্ৰ প্ৰদান
- নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকীকে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোলৈ স্বাগতম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

- নিষ্ঠা, সততা, দায়বদ্ধতা, সহানুভূতি আৰু সহমৰ্মিতাৰ মনোভাবেৰে জনসাধাৰণৰ সেৱাৰ বাবে সংকল্পবদ্ধ হৈ কাম কৰাৰ আহ্বান
- আজিৰ নিযুক্তিকে ধৰি বৰ্তমানলৈ প্ৰায় ২৮ হাজাৰ লোকৰ নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন

- গৃহ বিভাগত নিযুক্তি ৮,৮৬৭ টা পদ
- শিক্ষা বিভাগত নিযুক্তি ১১,০৬৩টা পদ
- জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০টা পদ
- জলসম্পদ বিভাগত নিযুক্তি ১০৫টা পদ
- সমাজ কল্যাণ বিভাগত ৬৯টা পদ

- স্বাস্থ্য খণ্ডত নিযুক্তি ২,৪১৯টা
- কৃষি বিভাগত নিযুক্তি ৫৫টা পদ
- পৰিৱেশ আৰু বন বিভাগত ২৩টা পদ
- লোক নিৰ্মাণ(গৃহ) বিভাগত ৮টা পদ
- খনি আৰু খনিজ পদাৰ্থ বিভাগত ২টা
- শ্ৰম কল্যাণ বিভাগত ১৭টা পদত নিযুক্তি
- নিয়োগৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে মুখ্যমন্ত্ৰীৰ ঘোষণা

- মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যত শীঘ্ৰেই পুনৰ ৭-৮ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব
- আগন্তুক জুলাইৰ শেষৰ সপ্তাহত পুনৰ ২৬ হাজাৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব
